ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ ডিনাৰ ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

ডিনাৰ   বিশেষ্য

ଅର୍ଥ : লিবিয়াত প্রচলিত মুদ্রা

ଉଦାହରଣ : তেওঁ অলপ লিবিয়ান ডিনাৰ লৈ বেংকলৈ গৈছে

ସମକକ୍ଷ : লিবিয়ান ডিনাৰ

ଅର୍ଥ : টিউনিছিয়াত প্রচলিত মুদ্রা

ଉଦାହରଣ : তুমি এই টিউনিছিয়ান ডিনাৰবোৰৰ কি কৰিবা ?

ସମକକ୍ଷ : টিউনিছিয়ান ডিনাৰ

ଅର୍ଥ : আলজেৰিয়াত প্রচলিত মুদ্রা

ଉଦାହରଣ : তেওঁ বেংকত কিছু আলজেৰিয়ান ডিনাৰ জমা কৰিলে

ସମକକ୍ଷ : আলজেৰিয়ান ডিনাৰ

ଅର୍ଥ : ইৰাকত প্রচলিত মুদ্রা

ଉଦାହରଣ : আপুনি ইৰাকী ডিনাৰৰ পৰিৱর্তে ্টকা বিমান বন্দৰতে পাই যাব

ସମକକ୍ଷ : ইৰাকী ডিনাৰ

ଅର୍ଥ : ইৰাণত প্রচলিত মুদ্রা

ଉଦାହରଣ : এজন ইৰাণীয়ে মোৰ পৰা ইৰাণী ডিনাৰৰ সলনি টকা বিচাৰিছিল

ସମକକ୍ଷ : ইৰাণী ডিনাৰ

ଅର୍ଥ : কুৱেইটত প্রচলিত মুদ্রা

ଉଦାହରଣ : আচলামে ভনীয়েকক এহেজাৰ কুৱেইটী ডিনাৰ উপহাৰ দিলে

ସମକକ୍ଷ : কুৱেইটী ডিনাৰ

ଅର୍ଥ : বাহৰেইনত চলা মুদ্রা

ଉଦାହରଣ : তেওঁ ্মাকৰ কাৰণে প্রতিমাহে এশ বাহৰেইনী ডিনাৰ পঠিয়ায়

ସମକକ୍ଷ : বাহৰেইনী ডিনাৰ

ଅର୍ଥ : জর্দানত প্রচলিত মুদ্রা

ଉଦାହରଣ : তেওঁ ্মোক এটা জর্দানৰ ডিনাৰ দেখুৱালে

ସମକକ୍ଷ : জর্দানিয়ান ডিনাৰ