ଅର୍ଥ : নেদাৰলেণ্ডৰ নিবাসী
ଉଦାହରଣ :
সেই ওলন্দাজজনক গুপ্ত বিমানৰ দ্বাৰা অনা হৈছিল
ସମକକ୍ଷ : ওলন্দাজ, নেদাৰলেণ্ডবাসী, হলেণ্ডবাসী
ଅର୍ଥ : নেদাৰলেণ্ডত কোৱা ভাষা
ଉଦାହରଣ :
ডাচ নেদাৰলেণ্ডৰ বাহিৰেও অন্য দেশতো কোৱা হয়
ସମକକ୍ଷ : ওলন্দাজ ভাষা, ডাচ ভাষা
ଅର୍ଥ : নেদাৰলেণ্ডৰ বা নেদাৰলেণ্ড সম্বন্ধী
ଉଦାହରଣ :
আমি ডাচ সংগ্রহালয় চাৰলৈ গʼলো
ଅର୍ଥ : ডাচ ভাষাৰ বা ডাচ ভাষা সম্বন্ধী
ଉଦାହରଣ :
তেওঁৰ ্ডাচ ৰচনাবোৰক সুৰক্ষিতকৈ ৰখা হৈছে