ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ ডাঙৰ ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

ডাঙৰ   বিশেষণ

ଅର୍ଥ : যিজন জ্ঞান আদিৰ দৃষ্টিত সকলোতকৈ ওপৰৰ

ଉଦାହରଣ : এই সন্মিলনত ভালেমান মহান পণ্ডিতে অংশ গ্রহণ কৰিব

ସମକକ୍ଷ : মহান

ଅର୍ଥ : যি বয়সত ডাঙৰ

ଉଦାହରଣ : ৰাম দশৰথৰ জ্যেষ্ঠ পুত্র আছিল

ସମକକ୍ଷ : জ্যেষ্ঠ

ଅର୍ଥ : যিটো দৈর্ঘ্যৰ সৈতে যুক্ত

ଉଦାହରଣ : এই পায়জামাটো বহুত দীঘল

ସମକକ୍ଷ : দীঘল, লম্বা

ଅର୍ଥ : বহুত ডাঙৰ

ଉଦାହରଣ : নি্র্বাচনত তেওঁৰ বৃহৎ পৰাজয় হʼল তেওঁ বিপুল সফলতা লাভ কৰিলে

ସମକକ୍ଷ : প্রভূত, বিপুল, বিৰাট, বৃহৎ

ଅର୍ଥ : বহুত গভীৰ পৰিণতিযুক্ত

ଉଦାହରଣ : হত্যা এক ঘোৰ অপৰাধ

ସମକକ୍ଷ : ঘোৰ, ভীষণ, ভয়ংকৰ

ଅର୍ଥ : মাত্রা, আকাৰ, বিস্তাৰ আদিত কিহবাৰ তুলনাত অধিক

ଉଦାହରଣ : মোৰ ঘৰটো বহুত ডাঙৰ