ଅର୍ଥ : ডাক ব্যৱস্থাৰ যোগেদি অনা বা লৈ যোৱা চিঠি আদি
ଉଦାହରଣ :
ডাকোৱালে সদায় চাৰি বজাত ডাক আনে
ସମକକ୍ଷ : পোষ্ট
ଅର୍ଥ : ৰাজ্যৰ ফালৰ পৰা চিঠি, পার্চেল আদিৰ অনা-নিয়া কৰা ব্যৱস্থা
ଉଦାହରଣ :
মই নিজৰ চিঠিখন ডাকত পঠিয়াইছোঁ
ଅର୍ଥ : নিলামৰ সময়ত চিঞৰি দাম লগোৱা কার্য
ଉଦାହରଣ :
মই এই বস্তুটোৰ কাৰণে এশ টকালৈকে ডাক লগাব পাৰোঁ