ଅର୍ଥ : আমেৰিকা, কানাডা আদি দেশত প্রচলিত মুদ্রা
ଉଦାହରଣ :
ডলাৰৰ মূল্য টকাৰ হিচাপত বাঢ়িহে গৈ আছে
ଅର୍ଥ : বার্মু্দাত প্রচলিত মুদ্রা
ଉଦାହରଣ :
তোমাৰ ওচৰত কিমান বার্মুদিয়ান ডলাৰ আছে ?
ସମକକ୍ଷ : বার্মুদিয়ান ডলাৰ
ଅର୍ଥ : অষ্ট্রেলিয়াত প্রচলিত মুদ্রা
ଉଦାହରଣ :
মোৰ ওচৰত কিছু অষ্ট্রেলিয়ান ডলাৰ আছে
ସମକକ୍ଷ : অষ্ট্রেলিয়ান ডলাৰ
ଅର୍ଥ : আমেৰিকাত প্রচলিত মুদ্রা
ଉଦାହରଣ :
এক আমেৰিকান ডলাৰ ভাৰতীয় পঞ্চাশ টকাৰ সমান
ସମକକ୍ଷ : আমেৰিকান ডলাৰ, ইউ এচ ডলাৰ
ଅର୍ଥ : বাহামাত চলা মুদ্রা
ଉଦାହରଣ :
এই সপ্তাহত বাহামিয়ান ডলাৰৰ মূল্যত বৃদ্ধি হৈছে
ସମକକ୍ଷ : বাহামিয়ান ডলাৰ