ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : বিছা, মৌ-মাখি আদিয়ে নিজৰ বিষাক্ত হুলেৰে জীৱৰ শৰীৰত বিষাক্ত দ্রৱ্য সুমুৱাই দিয়া কার্য
ଉଦାହରଣ : খেতি পথাৰত মমতাক বিছাই ডাকিলে
ଅର୍ଥ : বিষাক্ত পোক-পতঙ্গ, জন্তু আদিয়ে দাতেৰে কামোৰা কার্য
ଉଦାହରଣ : খেতিয়কজনক খেতি-পথাৰত সাপে খুটিলে
ସମକକ୍ଷ : কামোৰা, খুটা
ସଂସ୍ଥାପନ କରନ୍ତୁ