ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ ঠিক কৰা ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

ঠিক কৰা   ক্ৰিয়া

ଅର୍ଥ : ভগা-চিগা বস্তু পুনৰ সঠিক ৰূপত গঢ়া

ଉଦାହରଣ : ঘড়ীমিস্ত্রীজনে ঘড়ী মেৰামতি কৰি আছে

ସମକକ୍ଷ : বাতা, মেৰামতি কৰা

ଅର୍ଥ : দোষ-ত্রুতি আদি দূৰ কৰি ঠিক বা ভাল অৱস্থালৈ অনা বা কামৰ কাৰণে যোগ্য কৰি তোলা কার্য

ଉଦାହରଣ : শিক্ষক মহোদয়ে আমি লিখা লেখাবোৰ সংশোধন কৰি দিছে

ସମକକ୍ଷ : ভাল কৰা, শুদ্ধ কৰা, সংশোধন কৰা, সংস্কাৰ কৰা

ଅର୍ଥ : ভাড়াত কোনো যান-বাহন আদি লোৱা

ଉଦାହରଣ : আমি বিদ্যালয়লৈ যাবৰ কাৰণে এখন টেক্সি ঠিক কৰিলোঁ

ସମକକ୍ଷ : লোৱা

ଅର୍ଥ : কোনো কাম আৰম্ভণিৰ পৰা সমাপ্তিৰ ফালে লৈ যোৱা

ଉଦାହରଣ : এই কামটো নিষ্পত্তি কৰি লোৱা, তাৰ পিছত আন কাম কৰিবা

ସମକକ୍ଷ : কৰা, নিষ্পত্তি কৰা, শেষ কৰা, সম্পাদন কৰা

ଅର୍ଥ : কোনো কার্য আদিৰ কাৰণে কথা ঠিক কৰা

ଉଦାହରଣ : তেওঁ ঘৰটোৰ বন্দোবস্তি সস্তাত ঠিক কৰিলে