ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : যি কোনো কাম কৰিবৰ বাবে সমর্থ
ଉଦାହରଣ : এই কামটোৰ কাৰণে এজন যোগ্য ব্যক্তিৰ আৱশ্যক চাকৰিটোৰ বাবে উপযুক্ত প্রার্থী নির্বাচিত নহʼল
ସମକକ୍ଷ : উচিত, উপযুক্ত, যথাযথ, যথার্থ, যথোচিত, যুগুত, যোগ্য, সংগত, সমর্থ, সমীচীন, সমুচিত, ্ যথাযোগ্য
ଅର୍ଥ : কোনো কথা বা কাম শুদ্ধভাৱে কৰা:মন্ত্রীজনে উচিত কথা কোৱাত সাংবাদিকসকল নিশ্চুপ হৈ ৰʼল
ଉଦାହରଣ :
ସମକକ୍ଷ : উচিত, উপযুক্ত, যথাযোগ্য, যথার্থ, যথোচিত, যুগুত, যোগ্য, সংগত, সমীচীন, সমুচিত, হক, ্ যথাযথ
ଅର୍ଥ : যেনেকুৱা বস্তু তেনেকুৱাই থকা বা যʼত কোনো ধৰণৰ বিনির্মাণ বা লুক-ঢাক নাই
ଉଦାହରଣ : সাক্ষীয়ে ভয় খাই সঁ্চা কথা নকʼলে
ସମକକ୍ଷ : যথার্থ, সঁ্চা, সত্য
ଅର୍ଥ : যেনে হোৱা উচিত তেনেধৰণৰ
ଉଦାହରଣ : এই কথাটো মোৰ উচিত যেন লগা নাই
ସମକକ୍ଷ : উচিত, উপযুক্ত, যোগ্য, সঠিক
ଅର୍ଥ : যʼত কোনো ধৰণৰ ব্যৱস্থা বা নিয়ম আছে
ଉଦାହରଣ : তেওঁ ্কোঠাটোৰ ঠিক কৰি থোৱা বস্তুবোৰ খেলিমেলি কৰি দিলে
ସମକକ୍ଷ : বিন্যস্ত, ব্যৱস্থিত
ଅର୍ଥ : যিটো নি্র্ধাৰিত বা নিশ্চিত
ଉଦାହରଣ : মই নিশ্চিত ঠাইত উপস্থিত হʼম
ସମକକ୍ଷ : নির্দিষ্ট, নিশ্চিত, নি্র্ধাৰিত, নিয়ত, সঠিক
ସଂସ୍ଥାପନ କରନ୍ତୁ