ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ ঠাণ্ডা ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

ঠাণ্ডা   বিশেষ্য

ଅର୍ଥ : জলবায়ুৰ তাপমাত্রা কমিলে শৰীৰত হোৱা এনে এক অনুভূতি যাৰ বাবে কাপোৰ আদি মেৰিয়াই লʼবলৈ মন যায় অথবা ৰʼদ , জুই আদিৰ ওচৰত ৰৈ দিলে শৰীৰটো ভাল লাগে:আজি ৰাতিপুৱাৰ পৰাই মোৰ জাৰ লাগি আছে

ଉଦାହରଣ :

ସମକକ୍ଷ : জাৰ, শীত, শৈত্য

ঠাণ্ডা   বিশেষণ

ଅର୍ଥ : যাৰ স্বভাৱত ক্রোধ বা আৱেশ নাই

ଉଦାହରଣ : ৰোহিতৰ শান্ত স্বভাৱক সকলোৱে ভাল পায়

ସମକକ୍ଷ : শান্ত

ଅର୍ଥ : যিটো জ্বলি বা দগ্ধহৈ যোৱা নাই

ଉଦାହରଣ : জুইকুৰা লাহে-লাহে ঠাণ্ডা হৈ গʼল

ଅର୍ଥ : যি উষ্ণ নহয়

ଉଦାହରଣ : পথিকে নদীৰ ঠাণ্ডা পানী খাই আছে

ସମକକ୍ଷ : শীতল

ଅର୍ଥ : যʼত শীতলতা আছে

ଉଦାହରଣ : কালি আবেলি ঠাণ্ডা বতাহ বলিছিল

ସମକକ୍ଷ : শীতল, ্ চেঁ্চা

ଅର୍ଥ : ৰং সিদ্ধান্ত অনুসৰি শীতলতা প্রদান কৰোতা

ଉଦାହରଣ : নীলা এক শীতল ৰং

ସମକକ୍ଷ : শীতল