ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : ডিঙিৰ ওপৰৰ সন্মুখফালে থকা অংগ
ଉଦାହରଣ : ৰামৰ মুখখন আনন্দত উজ্জ্বল হৈ পৰিছে
ସମକକ୍ଷ : আনন, গঢ়, চেহেৰা, বদন, মুখ, ৰূপ
ଅର୍ଥ : যিয়ে ছল বা ধূর্ত্্তাৰে আনৰ মালবস্তু লয়
ଉଦାହରଣ : মোহন বহুত ডাঙৰ ঠগ, তাৰ পৰা বাচি থাকিবা
ସମକକ୍ଷ : প্রবঞ্চক, প্রৱঞ্চক
ଅର୍ଥ : ঠগিবৰ বাবে কোনো প্রকাৰৰ মিছা অভিসন্ধি কৰা
ଉଦାହରଣ : ঠগ ব্যক্তি সকলৰ পৰা সদায় সতর্ক হৈ থাকিব লাগে
ସମକକ୍ଷ : ধূর্ত, প্রতাৰক, প্রৱঞ্চক, ্ছলনাকাৰী
ସଂସ୍ଥାପନ କରନ୍ତୁ