ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ টোকা ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

টোকা   বিশেষ্য

ଅର୍ଥ : কোনো ব্যাখ্যা আদিৰ সংক্ষিপ্ত আলেখ্য

ଉଦାହରଣ : তুমি মোক সেইদিনাৰ পাঠদানৰ নোটখিনি দিব পাৰিবানে ?

ସମକକ୍ଷ : নোট

ଅର୍ଥ : মনত ৰাখিবৰ বাবে লিখি বা ওলমায় ৰখা বস্তু

ଉଦାହରଣ : নোটটো ফ্রিজৰ ওপৰত লগায় দিবা

ସମକକ୍ଷ : নোট

টোকা   ক্ৰিয়া

ଅର୍ଥ : কোনো লেখনি, চিত্র আদি যেনেদৰে আছিল তেনে ধৰণেৰেই প্রস্তুত কৰা

ଉଦାହରଣ : শিক্ষার্থীয়ে কৃষ্ণফলকত লিখা প্রশ্নখিনি নিজৰ বহীত টুকিলে

ସମକକ୍ଷ : কপি কৰা, নকল কৰা, লিখা