ଅର୍ଥ : যি যন্ত্রৰ দ্বাৰা গান, ভাষণ আদি টেপ কৰিব পৰা যায় বা শুনিব পৰা যায়
ଉଦାହରଣ :
তেওঁ দিনৰ দিনটো টেপ শুনি থাকে
ସମକକ୍ଷ : টেপ-ৰেকর্ডাৰ
ଅର୍ଥ : চুম্বকীয় ফিটাযুক্ত এবিধ সামগ্রী যি ধ্বনি বা ভিডিঅʼ ্ৰেকর্ড ্কৰা বা শুনাৰ কামত আহে
ଉଦାହରଣ :
মোৰ ওচৰত লতা আৰু ৰফীৰ সকলো গানৰ কেছেট আছে
ସମକକ୍ଷ : কেছেট
ଅର୍ଥ : চুম্বকীয় ফিটাৰ ওপৰত ৰেকর্ড ্কৰা কার্য
ଉଦାହରଣ :
তেওঁ নিজৰ সন্তানৰ কলকলনি টেপ কৰি থʼলে