ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : কোনো বস্তুক কেইবাটাও খণ্ডত খণ্ডিত কৰা বা কাম নাইকিয়া কৰি দিয়া
ଉଦାହରଣ : লাখুটিৰে মাৰি মাৰি গৰখীয়াটোৱে গাইজনীৰ ঠেংখন ভাঙি দিলে
ସମକକ୍ଷ : ছিঙা, ভগা, ভঙা, ভাগি দিয়া, ভাঙি দিয়া
ଅର୍ଥ : আঘাত কৰি বা মৰিয়াই কোনো বস্তুক টুকুৰা-টুকুৰ কৰা
ଉଦାହରଣ : এই কুঁহিয়াৰডাল সৰু-সৰু টুকুৰা কৰা
ସମକକ୍ଷ : ভঙা
ସଂସ୍ଥାପନ କରନ୍ତୁ