ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ টীকা ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

টীকা   বিশেষ্য

ଅର୍ଥ : কোনো ৰোগ প্রতিৰোধ কৰিবৰ কাৰণে সেই ৰোগৰ বীজাণুৰ জুলীয়া অংশ বেজিৰ দ্বাৰা সুমুৱাই দিয়া কার্য

ଉଦାହରଣ : কিছুমান মৃত্যু ঘটোৱা ৰোগৰ পৰা বাচিবৰ কাৰণে লʼৰা-ছোৱালীবোৰক টীকাকৰণ কৰা হয়

ସମକକ୍ଷ : টীকাকৰণ

ଅର୍ଥ : গূঢ় কথা বা বাক্য বিস্তৃত আৰু স্পষ্টভাৱে বর্ণ্্না কৰা কোনো লেখা

ଉଦାହରଣ : এই গ্রন্থখনৰ গূঢ় বাক্যবোৰ বুজিবৰ কাৰণে ঠায়ে-ঠায়ে টীকা দিয়া আছে

ସମକକ୍ଷ : টিপ্পনী

ଅର୍ଥ : কোনো বিষয়ক অলপ বিস্তৃতভাৱে বর্ণন্া কৰা গ্রন্থ

ଉଦାହରଣ : মায়ে ৰামায়ণৰ এটা টীকা পঢ়ি আছে

ସମକକ୍ଷ : টিপ্পনী, টীকা-টিপ্পনী