ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ টানি ধৰা ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

টানি ধৰা   বিশেষ্য

ଅର୍ଥ : টনাৰ অৱস্থা বা ভাব

ଉଦାହରଣ : মোৰ ভৰিৰ শিৰাবোৰে টানি ধৰিছে

ସମକକ୍ଷ : টনা

টানি ধৰা   ক্ৰিয়া

ଅର୍ଥ : শৰীৰৰ কোনো শিৰা, পেশী আদি জঠৰ হোৱা

ଉଦାହରଣ : মোৰ ডিঙিটো টানি ধৰিছে

ସମକକ୍ଷ : পাক খোৱা, মোচোকা খোৱা, লাগি ধৰা

ଅର୍ଥ : অনুচিতভাৱে লোৱা

ଉଦାହରଣ : মন্দিৰ সজাৰ নামত তেওঁ এহেজাৰ টকা জোৰ কৰি লʼলে

ସମକକ୍ଷ : জোৰ কৰা, জোৰ-জবৰদস্তি লোৱা