ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : কোনো ব্যক্তি বা বস্তুৰ প্রভাৱ বা গুণ উলিয়াই দিয়া
ଉଦାହରଣ : বাজীকৰজনে শিশুটোৰ শৰীৰৰ পৰা সাপৰ বিষ টানি আনিলে
ସମକକ୍ଷ : শুহি অনা
ଅର୍ଥ : বলপূর্বকভ্াৱে নিজৰ ফাললৈ অনা
ଉଦାହରଣ : লʼৰা-ছোৱালীবোৰে গছৰ ডালত বান্ধি থোৱা ৰচীডাল টানি আছে
ସମକକ୍ଷ : টনা, তুলি অনা, তোলা
ସଂସ୍ଥାପନ କରନ୍ତୁ