ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ টান ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

টান   বিশেষ্য

ଅର୍ଥ : কোনো বস্তু বা কথা অনুসৰি কৰা কার্যৰ ্পৰা হোৱা পৰিণাম বা ফল

ଉଦାହରଣ : আজিকালিৰ যুৱকসকলৰ ওপৰত পাশ্চাত্য সভ্যতাৰ অত্যধিক প্রভাৱ পৰিলক্ষিত হৈছে

ସମକକ୍ଷ : অনুৰাগ, আসক্তি, জেদ, ধাউতি, প্রবৃত্তি, প্রভাৱ, প্রৱণতা, মাইৰ, স্পৃহা

ଅର୍ଥ : আসক্ত হোৱা ক্রিয়া বা ভাব

ଉଦାହରଣ : তেওঁৰ আসক্তি প্রেমলৈ পৰিণত হʼল

ସମକକ୍ଷ : অনুৰাগ, আসক্তি, ইচ্ছানুভূতি, ধাউতি, প্রবণতা, স্পৃহা, হাবিলাস, হাবিয়াহ

টান   বিশেষণ

ଅର୍ଥ : যিটো মোলায়েম নহয়

ଉଦାହରଣ : মথোতে ভাল নোহোৱাৰ বাবে খুর্মাখিনি টান হৈ পৰিল

ସମକକ୍ଷ : কঠিন, ্কর্কৰীয়া

ଅର୍ଥ : যিটো কুটিলতাৰে ভৰা বা দুঃসাধ্য

ଉଦାହରଣ : যুধিষ্ঠিৰে যক্ষৰ কঠিন প্রশ্নৰ উত্তৰ দি নিজৰ ভায়েকৰ প্রাণ ৰক্ষা কৰিছিল

ସମକକ୍ଷ : অসহজ, কঠিন, কঠোৰ, কষ্টসাধ্য, কুটিল, জটিল, দুষ্কৰ, দুৰূহ, সুকঠিন

ଅର୍ଥ : যিজনৰ স্বভাৱত কোমলতা নাই:আমাৰ দেউতা বহুততেই উগ্র স্বভাৱৰ

ଉଦାହରଣ :

ସମକକ୍ଷ : উগ্র, কঠোৰ, কর্কশ, হুঁ়টা

ଅର୍ଥ : যিটো শুনাত খহটা

ଉଦାହରଣ : কাউৰীৰ মাত কঠুৱা সীতাই নিজৰ সন্তানক কেতিয়াও টান কথা নকয়

ସମକକ୍ଷ : কঠিন, কঠুৱা, কর্কশ, হুঁট্া, ্কালনজীয়া

ଅର୍ଥ : যিটো সোনকালে বুজি পোৱা নাযায়

ଉଦାହରଣ : এই কঠিন প্রশ্নটোৰ উত্তৰ প্রশ্নকর্তাক সোধাই ভাল হʼব

ସମକକ୍ଷ : অবোধগম্য, কঠিন, দুৰূহ