ଅର୍ଥ : টাইৱান দেশৰ অধিবাসী
ଉଦାହରଣ :
কালি মই এজন টাইৱানীক লগ পাইছিলোঁ
ସମକକ୍ଷ : টাইৱান বাসী, টাইৱান-বাসী
ଅର୍ଥ : টাইৱানৰ সৈতে সম্বন্ধ থকা বা টাইৱানৰ
ଉଦାହରଣ :
আমি টাইপেইৰ সংগ্রহালয়ত টাইৱানী কলাৰ অদ্ভূত চানেকি দেখিলোঁ