ଅର୍ଥ : তলৰ ফাললৈ টনা বা বগৰাই পেলোৱা কার্য
ଉଦାହରଣ :
কিছুমান মানুহে টনা-আঁজোৰা কৰিয়েই সুখ পায়
ଅର୍ଥ : কোনোৰ বস্তুৰ অপকাৰ সাধন হোৱাকৈ নিজৰ স্থানৰ পৰা আঁতৰোৱা বা কোনো ভঙা-গঢ়াৰ কার্য ্কৰা
ଉଦାହରଣ :
ইয়াত ৰখা বস্তুবোৰৰ লগত টনা-আঁজোৰা নকৰিবা
ସମକକ୍ଷ : কঢ়া-আঁজোৰা