ଅର୍ଥ : কোনো বস্তুৰ সম্প্ৰসাৰণ ঘটোৱা কাৰ্য
ଉଦାହରଣ :
টনাৰ কাৰণে এইকেইডাল তাঁৰৰ দীৰ্ঘতা বাঢ়ি গৈছে
ଅର୍ଥ : টনা কার্য ্বা ভাব
ଉଦାହରଣ :
অধিক টনাৰ কাৰণে ৰবৰ টুকুৰা ছিঙি থাকিল
ଅର୍ଥ : খাপ, বেগ আদিৰ পৰা কোনো স্তুক বেগেৰে বাহিৰলৈ উলিওৱা কার্য
ଉଦାହରଣ :
ৰজাই খাপৰ পৰা তৰোৱালখন টানিলে
ସମକକ୍ଷ : টানি উলিওৱা
ଅର୍ଥ : ঘঁহনি খাই যোৱাকৈ টনা কার্য
ଉଦାହରଣ :
তেওঁ মেজৰ কিতাপখন মোৰ ফালে টানিলে
ଅର୍ଥ : কাৰোবাক কোনো কামত বলপূর্বক্্ভাৱে জড়িত কৰা
ଉଦାହରଣ :
মোৰ মন নথকা স্বত্বেও ৰামে মোক এই কামটোলৈ টানিলে
ଅର୍ଥ : ঢোল, চেতাৰ আদিৰ ৰছি বা তাঁৰ টনা এক অৱস্থা
ଉଦାହରଣ :
বীণাখনৰ তাঁৰবোৰ টনা হৈছে ঢোলৰ বৰতি চৰোৱা হৈছে
ସମକକ୍ଷ : চৰোৱা
ଅର୍ଥ : কʼৰবাত লাগি থকা কোনো বস্তু টানি পেলোৱা কার্য
ଉଦାହରଣ :
এঙামূৰি দিয়াৰ সময়ত আমি নিজৰ হাত-ভৰি টানো
ଅର୍ଥ : কোনো বস্তুক তাৰ দৈর্ঘ্য বা প্রস্থলৈকে বঢ়াই লৈ যোৱা
ଉଦାହରଣ :
চিকাৰীয়ে ধনুৰ গুণ টানিছে
ସମକକ୍ଷ : কচা, টানি বন্ধা
ଅର୍ଥ : ৰেখাৰ সমান দূৰলৈকে যোৱা বস্তুৰ নি্র্মাণ কৰা
ଉଦାହରଣ :
চৰকাৰে এই বান্ধৰ পৰা আৰু এটা নলা টানিলে
ସମକକ୍ଷ : খন্দা