ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ টনা ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

টনা   বিশেষ্য

ଅର୍ଥ : কোনো বস্তুৰ সম্প্ৰসাৰণ ঘটোৱা কাৰ্য

ଉଦାହରଣ : টনাৰ কাৰণে এইকেইডাল তাঁৰৰ দীৰ্ঘতা বাঢ়ি গৈছে

ଅର୍ଥ : টনাৰ অৱস্থা বা ভাব

ଉଦାହରଣ : মোৰ ভৰিৰ শিৰাবোৰে টানি ধৰিছে

ସମକକ୍ଷ : টানি ধৰা

ଅର୍ଥ : টনা কার্য ্বা ভাব

ଉଦାହରଣ : অধিক টনাৰ কাৰণে ৰবৰ টুকুৰা ছিঙি থাকিল

ଅର୍ଥ : টনাৰ কাৰ্য বা ভাব

ଉଦାହରଣ : অত্যধিক টনাৰ কাৰণে এই ৰছীডাল ছিঙি থাকিল

ସମକକ୍ଷ : আজোৰা

টনা   ক্ৰিয়া

ଅର୍ଥ : বলপূর্বকভ্াৱে নিজৰ ফাললৈ অনা

ଉଦାହରଣ : লʼৰা-ছোৱালীবোৰে গছৰ ডালত বান্ধি থোৱা ৰচীডাল টানি আছে

ସମକକ୍ଷ : টানি অনা, তুলি অনা, তোলা

ଅର୍ଥ : খাপ, বেগ আদিৰ পৰা কোনো স্তুক বেগেৰে বাহিৰলৈ উলিওৱা কার্য

ଉଦାହରଣ : ৰজাই খাপৰ পৰা তৰোৱালখন টানিলে

ସମକକ୍ଷ : টানি উলিওৱা

ଅର୍ଥ : ঘঁহনি খাই যোৱাকৈ টনা কার্য

ଉଦାହରଣ : তেওঁ মেজৰ কিতাপখন মোৰ ফালে টানিলে

ଅର୍ଥ : কাৰোবাক কোনো কামত বলপূর্বক্্ভাৱে জড়িত কৰা

ଉଦାହରଣ : মোৰ মন নথকা স্বত্বেও ৰামে মোক এই কামটোলৈ টানিলে

ଅର୍ଥ : ঢোল, চেতাৰ আদিৰ ৰছি বা তাঁৰ টনা এক অৱস্থা

ଉଦାହରଣ : বীণাখনৰ তাঁৰবোৰ টনা হৈছে ঢোলৰ বৰতি চৰোৱা হৈছে

ସମକକ୍ଷ : চৰোৱা

ଅର୍ଥ : কʼৰবাত লাগি থকা কোনো বস্তু টানি পেলোৱা কার্য

ଉଦାହରଣ : এঙামূৰি দিয়াৰ সময়ত আমি নিজৰ হাত-ভৰি টানো

ଅର୍ଥ : ৰেখাৰ আকাৰ বা ৰূপ বনোৱা

ଉଦାହରଣ : তেওঁ ঘৰৰ ্নক্সা আঁকিছে

ସମକକ୍ଷ : অঁ্কা

ଅର୍ଥ : কোনো বস্তুক তাৰ দৈর্ঘ্য বা প্রস্থলৈকে বঢ়াই লৈ যোৱা

ଉଦାହରଣ : চিকাৰীয়ে ধনুৰ গুণ টানিছে

ସମକକ୍ଷ : কচা, টানি বন্ধা

ଅର୍ଥ : যন্ত্রৰ অংগ টান কৰি বহুওৱা

ଉଦାହରଣ : তেওঁ ্ ৰেঞ্চডালেৰে যন্ত্রৰ অংশ এটা টানি আছিল

ସମକକ୍ଷ : টাইট কৰা, টান কৰা

ଅର୍ଥ : ৰেখাৰ সমান দূৰলৈকে যোৱা বস্তুৰ নি্র্মাণ কৰা

ଉଦାହରଣ : চৰকাৰে এই বান্ধৰ পৰা আৰু এটা নলা টানিলে

ସମକକ୍ଷ : খন্দা