ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ জ্যোৎস্না ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

জ্যোৎস্না   বিশেষ্য

ଅର୍ଥ : চন্দ্রৰ পৰা বিকিৰিত পোহৰ

ଉଦାହରଣ : জোনাক ৰাতি আকাশখন ধুনীয়া দেখি যেতিয়া আমি ঘৰৰ পৰা ওলাইছিলো আকাশখন পৰিষ্কাৰ আছিল আৰু পৃথিৱীত জোনৰ পোহৰ পৰিছিল

ସମକକ୍ଷ : কৌমুদী, চন্দ্রকান্তা, চন্দ্রকিৰণ, চন্দ্রকৰ, চন্দ্রজ্যোতি, চন্দ্রপ্রভা, চন্দ্রসুধা, চন্দ্রাংশু, চন্দ্রালোক, চন্দ্রাৱলী, চন্দ্রিকা, চন্দ্রিমা, চন্দ্রৰশ্মি, জোছনা, জোনাক, জোনালী, জোনৰ পোহৰ, জ্যোৎস্নালোক, দীপিকা, শশীকৰ

ଅର୍ଥ : যি ৰাতি জোনৰ পোহৰে পৃথিৱী উজলাই ৰাখে

ଉଦାହରଣ : জোনাক ৰাতিত নৌকা ভ্রমণ কৰাৰ মজাই বেলেগ

ସମକକ୍ଷ : জোনাক ৰাতি, জোনাকী ৰাতি