ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ জ্বলা ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

জ্বলা   বিশেষ্য

ଅର୍ଥ : জ্বলা হোৱা অৱস্থা বা ভাব

ଉଦାହରଣ : জ্বলাৰ কাৰণে মই এই আঞ্জাখন খাব নোৱাৰিলোঁ

জ্বলা   ক্ৰিয়া

ଅର୍ଥ : জুইৰ দ্বাৰা কোনো অংগ পীড়িত কৰা

ଉଦାହରଣ : বোৱাৰীজনী আহাৰ ৰন্ধাৰ সময়ত জ্বলিল

ସମକକ୍ଷ : জ্বলি যোৱা

ଅର୍ଥ : আনৰ লাভ বা হীত দেখি মনত হোৱা পোৰণি

ଉଦାହରଣ : ৰামৰ উন্নতি দেখি শ্যাম জ্বলে

ସମକକ୍ଷ : ঈর্ষা কৰা, দ্বেষ কৰা

ଅର୍ଥ : জুই আদি লাগি নষ্ট হোৱা বা বেয়া হোৱা

ଉଦାହରଣ : এই কিতাপখনৰ কিছুমান পাত জুয়ে পুৰিলে

ସମକକ୍ଷ : জলা, জ্বলি যোৱা, পোৰা, পোৰা যোৱা

ଅର୍ଥ : জুইৰ সংস্পর্শত ্এঙাৰ বা ছাই হোৱা কার্য

ଉଦାହରଣ : চৌকাত জুই জ্বলি আছে

ସମକକ୍ଷ : জ্বলি থকা, দগ্ধ হোৱা

জ্বলা   বিশেষণ

ଅର୍ଥ : জ্বলা বা জ্বলোৱা

ଉଦାହରଣ : তেওঁ দগ্ধ মুখখন দেখাত ভয়ানক লাগে

ସମକକ୍ଷ : দগ্ধ