ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ জ্ঞান ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

জ্ঞান   বিশেষ্য

ଅର୍ଥ : মন বা বিবেকত থকা কোনো বস্তু আৰু বিষয়ৰ সম্পূর্ণ খবৰ

ଉଦାହରଣ : কন্যাকুমাৰীত আত্মচিন্তা কৰি থকা সময়ত স্বামী বিবেকান্দৰ আত্মবোধ উপজিছিল

ସମକକ୍ଷ : বোধ, বোধি, সংজ্ঞা, সজ্ঞান

ଅର୍ଥ : কোনো কথাৰ চিন্তা-ভাবনা আৰু নিশ্চিত কৰিব পৰা মনোবৃত্তি বা মানসিক শক্তি

ଉଦାହରଣ : আনৰ বুদ্ধিৰে ৰজা হʼবলৈ আশা কৰাতকৈ নিজৰ বুদ্ধিৰে ভিখাৰী হোৱাই বেছি ভাল

ସମକକ୍ଷ : ধী, ধীশক্তি, বিবেক, বুদ্ধি, মতি, মনীষা, মেধা

ଅର୍ଥ : মন বা বিবেকে লাভ কৰা কোনো বস্তু বা বিষয়ৰ খবৰ

ଉଦାହରଣ : তেওঁৰ সংস্কৃতৰ ভাল জ্ঞান আছে

ସମକକ୍ଷ : অনুভাব, প্রজ্ঞা, প্রতীতি, প্রমা, পৰিজ্ঞান, বোধ, বোধি, ব্যুৎপত্তি, মহাজ্ঞান, সম্বোধি

ଅର୍ଥ : শিকোৱা বা শিকা কোনো হিতকাৰী কথা

ଉଦାହରଣ : সদায় সত্যৰেই যে জয় হয় এই শিক্ষা আমাৰ মহাকাব্যবোৰৰ পৰা পোৱা যায়

ସମକକ୍ଷ : উপদেশ, বুজনি, শিকনি, শিক্ষা

ଅର୍ଥ : বোধ ওপজা বৃত্তি বা শক্তি

ଉଦାହରଣ : চেতনাই জীয়াই থকাৰ লক্ষণ

ସମକକ୍ଷ : গমগতি, চম্বিত, চেতনা, সংবেদন, সংবেদনা, সম্বিৎ, হুঁচ, হুঁছ, ্সংজ্ঞা