ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ জোৱান ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

জোৱান   বিশেষ্য

ଅର୍ଥ : যিজনে যুৱাৱস্থাত ভৰি ৰাখিছে

ଉଦାହରଣ : এজন ন-জোৱানে দৌৰি দৌৰি চোৰটোক ধৰিলে

ସମକକ୍ଷ : ন-জোৱান, নৱ-যুৱক, নৱযুৱক, যুৱা

ଅର୍ଥ : ষোল্লৰ পৰা পয়ত্রিশ বছৰ বয়সৰ ভিতৰৰ পুৰুষ

ଉଦାହରଣ : ভাৰতীয় যুৱকসকল পাশ্চাত্য সংস্কৃতিৰ ধামখুমীয়াত উটি ভাহি গৈছে

ସମକକ୍ଷ : তৰুণ, যুৱ, যুৱক

ଅର୍ଥ : সেনা বা ফৌজত থাকি যুদ্ধ কৰাজন

ଉଦାହରଣ : তেওঁ এজন ্ সাহসী সৈনিক

ସମକକ୍ଷ : চিপাহী, যুঁ্জাৰু, যোদ্ধা, সৈনিক, সৈন্য, ৰণুৱা