ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ জোৰা লগোৱা ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

জোৰা লগোৱা   ক্ৰিয়া

ଅର୍ଥ : বেজী-সূতা আদিৰে কোনো ডাঙৰ বস্তুত সৰু বস্তু জোৰা দিয়া

ଉଦାହରଣ : লতাই কুর্তাটোত বুটাম লগাই আছে

ସମକକ୍ଷ : চিলাই কৰা, লগোৱা, সীওৱা, সীৱন কৰা

ଅର୍ଥ : কোনো ধৰণৰ সম্বন্ধ স্থাপন কৰা

ଉଦାହରଣ : বিবাহে দুটা পৰিয়ালৰ জোৰা লগায়

ସମକକ୍ଷ : যুক্ত কৰা

ଅର୍ଥ : অন্য কোনো বস্তুৰ শেষত লগোৱা

ଉଦାହରଣ : চেইন বনাবৰ কাৰণে তেওঁ ্সোণৰ তাঁৰবোৰ জুৰিলে

ସମକକ୍ଷ : জোৰা, সংলগ্ন কৰা

ଅର୍ଥ : দুই বা ততোধিক বস্তু বা অংশক সী, মিলাই বা লগ-লগাই বা অন্য উপায়েৰে এক কৰা

ଉଦାହରଣ : মিস্ত্রীজনে মেজখনৰ ভগা খুঁটিটো জোৰা দি আছে

ସମକକ୍ଷ : জোৰা দিয়া