ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ জোৰ ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

জোৰ   বিশেষ্য

ଅର୍ଥ : কোনো বিশেষ বস্তু আদিৰ প্রতি দিয়া গুৰুত্ব

ଉଦାହରଣ : মন্ত্রী মহোদয়ে নিজৰ ভাষণত শিক্ষা আৰু পৰিয়াল পৰিকল্পনাত অধিক যোৰ দিছে

ଅର୍ଥ : শৰীৰৰ বল

ଉଦାହରଣ : সুষম আহাৰ খাবলৈ নাপালে শক্তি কমি যায়

ସମକକ୍ଷ : শকতি, শক্তি, শাৰীৰিক বল, শাৰীৰিক শক্তি

ଅର୍ଥ : যিয়ে শাৰীৰিক কার্যৰ ় দ্বাৰা ক্রিয়াত্মক ৰূপত নিজৰ প্রভাৱ দেখুৱায়

ଉଦାହରଣ : এই কামটোৰ শেষত আপোনাৰ শক্তিৰ উমান পোৱা যাব

ସମକକ୍ଷ : তেজ, পৰাক্রম, বল, শকতি, শক্তি

জোৰ   বিশেষণ

ଅର୍ଥ : জোৰকৈ

ଉଦାହରଣ : জোৰেৰে বতাহ বলি আছে ইয়াত পানীৰ ্সোঁত প্রৱল বাহিৰত প্রচণ্ড গৰম

ସମକକ୍ଷ : উৎকট, তীব্র, প্রচণ্ড, প্রৱল