ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : পৃথিৱীৰ চাৰিওফালে প্রদক্ষিণ কৰা পৃথিৱীৰ একমাত্র উপগ্রহ
ଉଦାହରଣ : চন্দ্রৰ নিজা পোহৰ নাই পূর্ণিমাৰ ৰাতি জোনটো অধিক উজ্জ্বল হয়
ସମକକ୍ଷ : ইন্দু, চন্দ্র, চন্দ্রমা, চন্দ্রিমা, চান্দ, জোন, জোনবাই, মৃগাংক, শশধৰ, শশাংক, শশী, সুধাকৰ
ସଂସ୍ଥାପନ କରନ୍ତୁ