ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ জেগা ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

জেগা   বিশেষ্য

ଅର୍ଥ : থকা বা ধাৰণ কৰা ঠাই

ଉଦାହରଣ : ইয়াত আৰু কাপোৰ ৰাখিব পৰা জেগা নাই

ଅର୍ଥ : যি নির্দিষ্ট ভূভাগত কোনো ঘৰ, প্রাকৃতিক শোভা বা কোনো বিশেষ কাৰণ আছে

ଉଦାହରଣ : কাশী হিন্দুসকলৰ ধর্মীয় স্থান

ସମକକ୍ଷ : ক্ষেত্র, ঠাই, থল, থান, প্রদেশ, ভূমি, স্থল, স্থান

ଅର୍ଥ : কোনো বস্তু বা অৱয়বৰ ওপৰ অংশ বা তল ভাগ

ଉଦାହରଣ : তেওঁৰ শৰীৰৰ ভালেমান ঠাইত তিল আছে

ସମକକ୍ଷ : অৱস্থান, জাগা, ঠাই

ଅର୍ଥ : এক বিশেষ স্থিতি

ଉଦାହରଣ : আপুনি মোৰ ঠাইত হোৱা হʼলে কি কৰিলেহেঁতেন

ସମକକ୍ଷ : ঠাই