ଅର୍ଥ : অনুবীক্ষণ যন্ত্রৰ দ্বাৰা চাব পৰা খালী চকুৰে নেদেখা সূক্ষ্ম প্রাণী
ଉଦାହରଣ :
জীৱাণুৱে নানাধৰণৰ ৰোগ বিয়পায়
ସମକକ୍ଷ : বীজাণু
ଅର୍ଥ : এক কোষীয় বা অকোষীয় জীৱ যাৰ বিখণ্ডন প্রক্রিয়াৰে বংশবৃদ্ধি হয়
ଉଦାହରଣ :
জীৱাণু অনুবীক্ষণ যন্ত্রৰ দ্বাৰা চাব পাৰি
ସମକକ୍ଷ : বেক্টেৰিয়া
ଅର୍ଥ : বতাহ, খোৱা-বস্তু, পানী আদিত মিহলি হৈ থকা এবিধ সূক্ষ্ম জীৱ যি অনেক ৰোগৰো মূল কাৰক
ଉଦାହରଣ :
বীজাণু মানুহৰ কাৰণে ঘাতক স্বৰূপ
ସମକକ୍ଷ : বীজাণু