ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : যʼত চেতনা আছে
ଉଦାହରଣ : মানুহে মৃত বুলি ভবা ব্যক্তিজনক ডাক্তৰে চাই চেতন আছে বুলি কʼলে
ସମକକ୍ଷ : চেতন, চেতনযুক্ত, চেতনাযুক্ত, জীয়া, জীৱিত, সংজ্ঞাযুক্ত, সজ্ঞান
ଅର୍ଥ : জীয়াই থকাজন বা যাৰ প্রাণ আছে
ଉଦାହରଣ : জীৱিত প্রাণীৰ বংশবৃদ্ধি হয়
ସମକକ୍ଷ : চেতন, চেতনা থকা, জিন্দা, জীয়ন্তা, জীয়া, জীৱধাৰী, জীৱিত, প্রাণ থকা, প্রাণৱন্ত, সচেতন, সজীৱ
ଅର୍ଥ : জীৱিত ৰূপত
ଉଦାହରଣ : কিশোৰে ৰামলীলাত জীৱন্ত অভিনয় কৰিলে
ସମକକ୍ଷ : সজীৱ
ସଂସ୍ଥାପନ କରନ୍ତୁ