ଅର୍ଥ : জীৱিত থাকিবৰ কাৰণে আৱশ্যক হোৱা পৰিস্থিতি যʼত বতাহ, পানী আদি থাকে
ଉଦାହରଣ :
বিজ্ঞানীসকলে চন্দ্রত জীৱন আছেনে নাই সেই বিষয়ে অনুসন্ধান অব্যাহত ৰাখিছে
ଅର୍ଥ : যি সময় জুৰি কোনো বস্তু বা পদার্থ ্চলমান অৱস্হাত থাকে
ଉଦାହରଣ :
বেছিভাগ বৈদ্যুতিক উপকৰণৰে আয়ুস অলপীয়া হয়
ସମକକ୍ଷ : আয়ুস
ଅର୍ଥ : জীৱন যাপন কৰাৰ ধৰণ বিশেষ
ଉଦାହରଣ :
নি্র্বাচন অহাৰ লগে লগেই নেতাসকলে ৰাজনৈতিক জীৱনত সক্রিয় হৈ পৰে
ଅର୍ଥ : জীৱিত প্রাণী
ଉଦାହରଣ :
ডুবাৰুৰ কাৰণে বানত ডুবিবলৈ ধৰা লোকসকলৰ জীৱন ৰক্ষা পৰিল