ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ জীৱন ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

জীৱন   বিশেষ্য

ଅର୍ଥ : জীৱিত বুজাবলৈ থকা প্রাণীৰ চেতন শক্তি

ଉଦାହରଣ : শৰীৰৰ পৰা প্রাণ ওলাই যোৱা মানেই মৃত্যু

ସମକକ୍ଷ : আত্মা, চেতনা, জান, জিন্দেগি, জীউ, জীৱ, প্রাণ, পৰাণ

ଅର୍ଥ : জীৱিত থাকিবৰ কাৰণে আৱশ্যক হোৱা পৰিস্থিতি যʼত বতাহ, পানী আদি থাকে

ଉଦାହରଣ : বিজ্ঞানীসকলে চন্দ্রত জীৱন আছেনে নাই সেই বিষয়ে অনুসন্ধান অব্যাহত ৰাখিছে

ଅର୍ଥ : জীয়াই থকা অৱস্থা

ଉଦାହରଣ : যেতিয়ালৈকে জীৱন আছে তেতিয়ালৈকে আশা আছে

ସମକକ୍ଷ : চেতনা, জান, জিন্দেগি, জীউ, জীৱ, ধাতু, প্রাণ, পৰাণ

ଅର୍ଥ : যি সময় জুৰি কোনো বস্তু বা পদার্থ ্চলমান অৱস্হাত থাকে

ଉଦାହରଣ : বেছিভাগ বৈদ্যুতিক উপকৰণৰে আয়ুস অলপীয়া হয়

ସମକକ୍ଷ : আয়ুস

ଅର୍ଥ : জীৱন যাপন কৰাৰ ধৰণ বিশেষ

ଉଦାହରଣ : নি্র্বাচন অহাৰ লগে লগেই নেতাসকলে ৰাজনৈতিক জীৱনত সক্রিয় হৈ পৰে

ଅର୍ଥ : জীৱিত প্রাণী

ଉଦାହରଣ : ডুবাৰুৰ কাৰণে বানত ডুবিবলৈ ধৰা লোকসকলৰ জীৱন ৰক্ষা পৰিল