ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : জীৱিত বুজাবলৈ থকা প্রাণীৰ চেতন শক্তি
ଉଦାହରଣ : শৰীৰৰ পৰা প্রাণ ওলাই যোৱা মানেই মৃত্যু
ସମକକ୍ଷ : আত্মা, চেতনা, জান, জিন্দেগি, জীউ, জীৱন, প্রাণ, পৰাণ
ଅର୍ଥ : যʼ প্রাণ আছে বা সজীৱ প্রাণী
ଉଦାହରଣ : পৃথিৱীত বিভিন্ন প্রকাৰৰ জীৱ পোৱা যায়
ସମକକ୍ଷ : জীৱধাৰী, প্রাণধাৰী, প্রাণী, সজীৱ
ଅର୍ଥ : জীয়াই থকা অৱস্থা
ଉଦାହରଣ : যেতিয়ালৈকে জীৱন আছে তেতিয়ালৈকে আশা আছে
ସମକକ୍ଷ : চেতনা, জান, জিন্দেগি, জীউ, জীৱন, ধাতু, প্রাণ, পৰাণ
ଅର୍ଥ : স্ব-ইচ্ছাৰে গতি কৰিব পৰা জীৱধাৰী প্রাণী
ସମକକ୍ଷ : জন্তু, জানোৱাৰ, প্রাণী
ସଂସ୍ଥାପନ କରନ୍ତୁ