ଅର୍ଥ : যুদ্ধত বিপক্ষৰ বিৰুদ্ধে সফল হোৱা
ଉଦାହରଣ :
মহাভাৰতৰ যুদ্ধত পাণ্ডৱসকল জিকিছিল
ସମକକ୍ଷ : জয়ী হোৱা, বিজয়ী হোৱা
ଅର୍ଥ : কাৰোবাৰ মৰম, আনুগত্য আদি লাভ কৰা
ଉଦାହରଣ :
স্বামী বিবেকানন্দই নিজৰ ভাষণেৰে সকলোৰে অন্তৰ জয় কৰিছিল
ସମକକ୍ଷ : জয় কৰা
ଅର୍ଥ : প্রতিযোগিতাত সফলতা লাভ কৰা
ଉଦାହରଣ :
মঞ্জুলে ৰাজ্যিক পর্যায়ৰ তর্ক প্রতিযোগিতাত জিকিলে
ସମକକ୍ଷ : সফল হোৱা