ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : জলবায়ুৰ তাপমাত্রা কমিলে শৰীৰত হোৱা এনে এক অনুভূতি যাৰ বাবে কাপোৰ আদি মেৰিয়াই লʼবলৈ মন যায় অথবা ৰʼদ , জুই আদিৰ ওচৰত ৰৈ দিলে শৰীৰটো ভাল লাগে:আজি ৰাতিপুৱাৰ পৰাই মোৰ জাৰ লাগি আছে
ଉଦାହରଣ :
ସମକକ୍ଷ : ঠাণ্ডা, শীত, শৈত্য
ଅର୍ଥ : প্রাচীন কালত ৰুছত শাসন কৰা ৰজা বা শাসক
ଉଦାହରଣ : ১৯১৭ চললৈকে ৰুছত জাৰসকলৰ শাসন চলি আছিল
ଅର୍ଥ : ঠাণ্ডা বতৰ
ଉଦାହରଣ : শীতত বৰষুণ হʼলে ঠাণ্ডা আৰু বেছি হয়
ସମକକ୍ଷ : জাৰকালি, শীত, শীতকাল
ସଂସ୍ଥାପନ କରନ୍ତୁ