ଅର୍ଥ : ব্যঞ্জন আদিত মছলা হিচাপে ব্যৱহাৰ কৰা তিতা, কʼলা, সৰু গোলাকাৰ গুটি বিশেষ
ଉଦାହରଣ :
মোৰ ককাদেউতাই জালুক দি বনোৱা চাহ খাই ভাল পায়
ଅର୍ଥ : ব্যঞ্জনত মছলা হিচাপে ব্যৱহাৰ কৰা সৰু, গোলাকাৰ,কʼলা আৰু জ্বলা সোৱাদৰ গুটিৰ এজোপা লতাজাতীয় গছ
ଉଦାହରଣ :
খেতিয়কে পথাৰত জালুক গছৰ শিপা উঘালি আছে
ସମକକ୍ଷ : জালুক গছ