ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : আনৰ শৰীৰ বা শৰীৰৰ কোনো ভাগক কাপোৰ আদিৰে ঢকা কার্য
ଉଦାହରଣ : দেউতাকে শুই থকা শিশুটোৰ গাত কাপোৰ দিলে
ସମକକ୍ଷ : উৰি দিয়া, দিয়া
ଅର୍ଥ : কোনো কাম আদি কৰিবৰ কাৰণে কাৰোবাৰ জিম্মাত দিয়া বা লোৱা
ଉଦାହରଣ : মালিকে সকলো কাম মোৰ ওপৰত জাপি দিলে
ଅର୍ଥ : কোনোৱে নিবিচাৰিলেও তেওঁৰ ওপৰত ্দায়িত্ব আদি ্অর্পণ ্কৰা
ଉଦାହରଣ : তেওঁ ্যোৱাৰ আগতে নিজৰ সকলো কাম মোৰ ওপৰত জাপি থৈ গʼল
ସମକକ୍ଷ : থেলি থোৱা
ସଂସ୍ଥାପନ କରନ୍ତୁ