ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : জলসিঞ্চন, যাত্রা আদিৰ কাৰণে সৰু নদীৰ নিচিনাকৈ ব্যৱস্থা কৰি লোৱা জলপথ
ଉଦାହରଣ : পাহাৰীয়া ঠাইত জান কাটি উলিওৱাটো কঠিন
ସମକକ୍ଷ : নলা, লোৰ
ଅର୍ଥ : জীৱিত বুজাবলৈ থকা প্রাণীৰ চেতন শক্তি
ଉଦାହରଣ : শৰীৰৰ পৰা প্রাণ ওলাই যোৱা মানেই মৃত্যু
ସମକକ୍ଷ : আত্মা, চেতনা, জিন্দেগি, জীউ, জীৱ, জীৱন, প্রাণ, পৰাণ
ଅର୍ଥ : জীয়াই থকা অৱস্থা
ଉଦାହରଣ : যেতিয়ালৈকে জীৱন আছে তেতিয়ালৈকে আশা আছে
ସମକକ୍ଷ : চেতনা, জিন্দেগি, জীউ, জীৱ, জীৱন, ধাতু, প্রাণ, পৰাণ
ସଂସ୍ଥାପନ କରନ୍ତୁ