ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ জাগা ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

জাগা   বিশেষ্য

ଅର୍ଥ : জাগি থকা এক অৱস্থা

ଉଦାହରଣ : দুদিন ধৰি জাগাৰ কাৰণে তেওঁৰ চকু ৰঙা হৈ পৰিছে

ସମକକ୍ଷ : জাগৰণ

ଅର୍ଥ : কোনো বস্তু বা অৱয়বৰ ওপৰ অংশ বা তল ভাগ

ଉଦାହରଣ : তেওঁৰ শৰীৰৰ ভালেমান ঠাইত তিল আছে

ସମକକ୍ଷ : অৱস্থান, জেগা, ঠাই

জাগা   ক্ৰিয়া

ଅର୍ଥ : গাই, মʼহ, ঘোঁৰা আদিৰ সংগমৰ ইচ্ছা জাগ্ৰত হোৱা কাৰ্য

ଉଦାହରଣ : কালিৰ পৰা গাইজনী জাগিছে

ସମକକ୍ଷ : উঠা