ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : চলয়মান ভীৰ বা যি ভীৰ কোনো ঠাইলৈ অহা যোৱা কৰিব পাৰে
ଉଦାହରଣ : মানুহ জুমৰ আগে আগে এদন যুৱক গৈ আছিল
ସମକକ୍ଷ : জুম
ଅର୍ଥ : একে ঠাইতে উপস্থিত বা এটাতকৈ অধিকভাৱে থকা মানুহ, পশু আদিৰ গোট বা শ্রেণী বিশেষ
ଉଦାହରଣ : খেতিডৰা পশুৰ জাকে আহি খাস্তাং কৰি থৈ গʼল
ସମକକ୍ଷ : পাল, সমুদায়, সমূহ
ଅର୍ଥ : একে ঠাইতে জমা কৰা বা হোৱা একাধিক বস্তুৰ একত্রিত ৰূপ
ଉଦାହରଣ : সমূহ ৰাইজৰ হৈ তেওঁ ্ কথাষাৰ কʼলে সুৰেশে খৰিৰ দʼমত জুই লগাই দিলে
ସମକକ୍ଷ : গণ, গোট, জুম, দʼম, দল, পাল, পুঞ্জ, বাঁহ, মখা, মাউখ, যূথ, সমষ্টি, সমূহ
ଅର୍ଥ : জোৰেৰে আগবাঢ়ি যোৱা জনসমূহ বিশেষ
ଉଦାହରଣ : সীমান্তত সৈনিকৰ দল দেখিবলৈ পোৱা গৈছে
ସମକକ୍ଷ : দল
ସଂସ୍ଥାପନ କରନ୍ତୁ