ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : বাঁহ বা পাতল কামিৰে সজা সৰু, গোলাকাৰ গোটোঙা পাত্র
ଉଦାହରଣ : তেওঁ মূৰৰ ওপৰত পাচি লৈ পাচলি বেচি আছে
ସମକକ୍ଷ : টুকুৰী, পাচি, হোৰা
ଅର୍ଥ : কাঠ বা ধাতুৰে সজা চাৰিকোণীয়া ঢাকোনযুক্ত পাত্র
ଉଦାହରଣ : এই বাকচটো কাপোৰেৰে ভৰি আছে
ସମକକ୍ଷ : চন্দুক, পেৰা, বক্স, বাকচ, বৰপেৰা
ଅର୍ଥ : কাপোৰ, কাগজ আদিক ্ভাঁজ কৰি ৰখা কার্য
ଉଦାହରଣ : তেওঁ ্ভালদৰে কাপোৰ জাপে
ସମକକ୍ଷ : সামৰা
ଅର୍ଥ : কাপোৰ, কাগজ আদিৰ তৰপ কৰা কার্য
ଉଦାହରଣ : শুই উঠিয়েই তেওঁ নিজৰ বিচনা চাদৰখন জাপিলে
ସମକକ୍ଷ : ভাঁজ কৰা
ସଂସ୍ଥାପନ କରନ୍ତୁ