ଅର୍ଥ : অভিজ্ঞ বা পৰিচিত হোৱা
ଉଦାହରଣ :
সংসাৰৰ কোনো লোকে সকলো বিষয় ভালদৰে নাজানে
ସମକକ୍ଷ : জ্ঞাত হোৱা, জ্ঞান হোৱা
ଅର୍ଥ : কোনো ব্যক্তি, বস্তু আদিৰ সৈতে পূর্ব পৰিচিত হোৱা
ଉଦାହରଣ :
মই তেওঁক দহ বছৰৰ ্পৰা জানোঁ
ସମକକ୍ଷ : চিনি পোৱা
ଅର୍ଥ : কোনো বস্তু অথবা ব্যক্তিক দেখাৰ লগে-লগেই তেওঁ ্কোন হয় চিনি লোৱা
ଉଦାହରଣ :
মই তেওঁক প্রথমৰ ্পৰাই চিনি পাইছিলোঁ
ସମକକ୍ଷ : চিনি পোৱা
ଅର୍ଥ : কোনো কাম কৰিবলৈ সক্ষম হোৱা অৱস্থা
ଉଦାହରଣ :
মই বোৱা-কটা জানো
ଅର୍ଥ : অনুভব বা সংবেদন আদিৰ পৰা জ্ঞান লাভ কৰা
ଉଦାହରଣ :
প্রসৱৰ বেদনা বাজীয়ে কি জানে ? মই আপোনাৰ কথা বুজি পাওঁ
ସମକକ୍ଷ : বুজি পোৱা