ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ জনক ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

জনক   বিশেষ্য

ଅର୍ଥ : মিথিলাৰ ৰজা আৰু সীতাৰ পিতৃ

ଉଦାହରଣ : জনক এজন বৰ জ্ঞানী ৰজা আছিল

ସମକକ୍ଷ : বিদেহ, মিথিলাপতি, মিথিলাৰাজ, ৰজা জনক

ଅର୍ଥ : যিজন ব্যক্তিয়ে সর্বপ্রথম ্কোনো বিষয় বা চিন্তাধাৰাৰ সূচনা কৰে বা কোনো সংস্থা আদিৰ স্থাপনা কৰোঁতাজন

ଉଦାହରଣ : হিপʼক্রেটিছক চিকিৎসাশাস্ত্রৰ জনক বুলি কোৱা হয়

ସମକକ୍ଷ : জন্ম-দাতা, জন্মদাতা, পিতা

ଅର୍ଥ : জন্ম দিয়া পুৰুষ বা ধর্ম, ্সমাজ, আইন আদিৰ আধাৰত যি পিতৃৰ মর্যাদা লাভ কৰিছে

ଉଦାହରଣ : মোৰ দেউতা এজন অধ্যাপক

ସମକକ୍ଷ : আব্বা, আব্বাজান, দেউতা, পিতা, পিতাই, পিতৃ, বাবা