ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : মিথিলাৰ ৰজা আৰু সীতাৰ পিতৃ
ଉଦାହରଣ : জনক এজন বৰ জ্ঞানী ৰজা আছিল
ସମକକ୍ଷ : বিদেহ, মিথিলাপতি, মিথিলাৰাজ, ৰজা জনক
ଅର୍ଥ : যিজন ব্যক্তিয়ে সর্বপ্রথম ্কোনো বিষয় বা চিন্তাধাৰাৰ সূচনা কৰে বা কোনো সংস্থা আদিৰ স্থাপনা কৰোঁতাজন
ଉଦାହରଣ : হিপʼক্রেটিছক চিকিৎসাশাস্ত্রৰ জনক বুলি কোৱা হয়
ସମକକ୍ଷ : জন্ম-দাতা, জন্মদাতা, পিতা
ଅର୍ଥ : জন্ম দিয়া পুৰুষ বা ধর্ম, ্সমাজ, আইন আদিৰ আধাৰত যি পিতৃৰ মর্যাদা লাভ কৰিছে
ଉଦାହରଣ : মোৰ দেউতা এজন অধ্যাপক
ସମକକ୍ଷ : আব্বা, আব্বাজান, দেউতা, পিতা, পিতাই, পিতৃ, বাবা
ସଂସ୍ଥାପନ କରନ୍ତୁ