ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : কাঁইটযুক্ত বা অদৰকাৰী গছ-গছনিৰ সমূহ
ଉଦାହରଣ : বনুৱাই পথাৰডৰাত জাৰণি-বন চফা কৰি আছে
ସମକକ୍ଷ : জংঘল, জাৰণি-বন
ଅର୍ଥ : যʼত বহু ঠাই জুৰি গছ-গছনি, জোপোহা আদিৰে ভৰি থাকে
ଉଦାହରଣ : প্রাচীন কালত ঋষি-মুনিসকলে হাবিত বাস কৰিছিল
ସମକକ୍ଷ : অটবী, অৰণ্য, অৰণ্যানী, কানন, গছনি, জংগল, জংঘল, জঙ্গল, জাৰণি, ঝাৰণি, বন, বননি, বনানি, বিপিন, হাবি, হাবি-বননি, হাবিয়নি
ସଂସ୍ଥାପନ କରନ୍ତୁ