ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : যি চলা-ফুলা কৰিব পাৰে
ଉଦାହରଣ : জঙ্গম জীৱই নিজৰ ঠাই সলনি কৰি থাকে
ସମକକ୍ଷ : গতিশীল, সচল
ଅର୍ଥ : যাৰ গতি আছে বা যি চলিব পাৰে
ଉଦାହରଣ : যন্ত্র গতিশীল অৱস্থাত আছে
ସମକକ୍ଷ : অস্থবিৰ, গতিপূর্ণ, গতিমান, গতিশীল, গমনশীল, গমনৰত, চলনশীল, চলমান, চলিষ্ণু, চালু, চৰিষ্ণু, সঞ্চৰণমান, সঞ্চৰণশীল
ଅର୍ଥ : যাক এঠাইৰ পৰা অন্য ঠাইলৈ লৈ যাব পাৰি
ଉଦାହରଣ : গহনা, কাপোৰ আদি জংগম সম্পত্তি
ସମକକ୍ଷ : চলমান, জংগম
ସଂସ୍ଥାପନ କରନ୍ତୁ