ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ জগোৱা ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

জগোৱা   ক্ৰিয়া

ଅର୍ଥ : হুচ অনা বা চেতন সম্পন্ন কৰা

ଉଦାହରଣ : হাওঁ্ফাওৰ গতি বন্ধ হৈ বেহুচ হʼবলৈ ধৰা মানুহজনৰ বুকুত হেঁ্চা দি জগোৱা

ଅର୍ଥ : কাৰোবাৰ দ্বাৰা জগোৱাৰ কাম কৰা

ଉଦାହରଣ : মায়ে নবৌক ভাইটিৰ যোগেদি জগাইছে

ଅର୍ଥ : শুই থকাজনক উঠিবলৈ উদ্বুদ্ধ কৰা

ଉଦାହରଣ : মায়ে সদায় ৰাতিপুৱা ৰাহুলক জগায়

ସମକକ୍ଷ : উঠোৱা

ଅର୍ଥ : তন্ত্র-মন্ত্রই নিজৰ প্রভাব দেখুওৱাকৈ সাধনা কৰা

ଉଦାହରଣ : অমাৱস্যাৰ ৰাতিত তান্ত্রিকে তন্ত্র-মন্ত্র জগাই তোলে

ସମକକ୍ଷ : জগাই তোলা, সাধনা কৰা