ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : যʼত জংঘল আছে
ଉଦାହରଣ : কিছুমান আদিবাসী জাতিয়ে জংঘলী ঠাইত বসবাস কৰি আছে
ଅର୍ଥ : জংঘল সম্বন্ধীয় বা জংঘলৰ
ଉଦାହରଣ : কিছুমান আদিবাসী জাতিয়ে জংঘলত বসতি কৰাৰ কাৰণে জংঘলী জীৱনত অভ্যস্ত হৈ পৰে
ସମକକ୍ଷ : জংগলী, জঙ্ঘলী, বন্য, বনৰীয়া
ଅର୍ଥ : হাবি বা অৰণ্যত থকা
ଉଦାହରଣ : বন্য প্রাণীৰ হত্যা কৰা আইন মতে দণ্ডনীয়
ସମକକ୍ଷ : অৰণ্যচাৰী, অৰণ্যচৰ, বনচাৰী, বনচৰ, বন্য, বনৰীয়া
ଅର୍ଥ : নিজে নিজে হোৱা বা গজা
ଉଦାହରଣ : মোৰ খেতিত বনৰীয়া বন গজি উঠিছে
ସମକକ୍ଷ : জঙ্ঘলী, বনৰীয়া
ଅର୍ଥ : বনত হোৱা বা পোৱা
ଉଦାହରଣ : এইজোপা বনজ উদ্ভিদ
ସମକକ୍ଷ : আৰণ্যক, বনজ, বনজাত, বন্য, বনৰীয়া
ସଂସ୍ଥାପନ କରନ୍ତୁ