ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ জংঘল ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

জংঘল   বিশেষ্য

ଅର୍ଥ : কাঁইটযুক্ত বা অদৰকাৰী গছ-গছনিৰ সমূহ

ଉଦାହରଣ : বনুৱাই পথাৰডৰাত জাৰণি-বন চফা কৰি আছে

ସମକକ୍ଷ : জঙ্ঘল, জাৰণি-বন

ଅର୍ଥ : যʼত বহু ঠাই জুৰি গছ-গছনি, জোপোহা আদিৰে ভৰি থাকে

ଉଦାହରଣ : প্রাচীন কালত ঋষি-মুনিসকলে হাবিত বাস কৰিছিল

ସମକକ୍ଷ : অটবী, অৰণ্য, অৰণ্যানী, কানন, গছনি, জংগল, জঙ্গল, জঙ্ঘল, জাৰণি, ঝাৰণি, বন, বননি, বনানি, বিপিন, হাবি, হাবি-বননি, হাবিয়নি

ଅର୍ଥ : ডাঙৰ আৰু ডাঠ জংঘলী ক্ষেত্রত থকা গছ-গছনি বা অন্য উদ্ভিদ

ଉଦାହରଣ : প্রকৃতিৰ চিন্তা নকৰাকে মানুহে জংঘল কাটি আছে

ସମକକ୍ଷ : অৰণ্য, বন