ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : এক প্রকাৰ স্তন্যপায়ী সামুদ্রিক জীৱ
ଉଦାହରଣ : সাগৰৰ পাৰত এটা ছীল মৰি আছিল
ଅର୍ଥ : আখৰ, চিন, নাম আদি ছাপ দিবলৈ দবাই অংকিত কৰা যতন
ଉଦାହରଣ : প্রধান শিক্ষকে নিজৰ নামৰ এটা ছীল বনালে
ସମକକ୍ଷ : ষ্টাম্প, ষ্টেম্প
ଅର୍ଥ : মোহৰ লগালে হোৱা ছাপ বা আকৃতি
ଉଦାହରଣ : তেওঁ ্কাগজত মৰা ছীলৰ ওপৰত চহী কৰিলে
ସମକକ୍ଷ : মোহৰ, ষ্টাম্প
ସଂସ୍ଥାପନ କରନ୍ତୁ