ଅର୍ଥ : যি ছোৱালী বা মহিলাক কোনোবাই পঢ়াইছে বা শিকাইছে
ଉଦାହରଣ :
সীতা এগৰাকী প্রথিতযশা সংগীতকাৰৰ শিষ্যা
ସମକକ୍ଷ : বিদ্যার্থিনী, শিক্ষার্থিনী, শিষ্যা
ଅର୍ଥ : বিদ্যা অর্জন কৰোঁতা ছোৱালী
ଉଦାହରଣ :
এই বিদ্যালয়ৰ এগৰাকী ছাত্রীয়ে দশম শ্রেণীৰ পৰীক্ষাত ৰাজ্যৰ ভিতৰত প্রথম স্থান লাভ কৰিছে
ସମକକ୍ଷ : বিদ্যার্থীনী