ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : চিয়াঁহী, ৰং আদিৰ সহায়ত এটা বস্তুক আন এটা বস্তুৰ ওপৰত হেঁ্চা দি তাৰ আকৃতি গঢ়া
ଉଦାହରଣ : নির্বাচনী প্রচাৰকসকলে ঠায়ে ঠায়ে দেৱালত নির্বাচনী প্রতীক ছাপ মাৰিছে
ସମକକ୍ଷ : ছাপ দিয়া, ছাপ মৰা
ଅର୍ଥ : চিহ্নিত বা অংকিত হোৱা
ଉଦାହରଣ : লেফাফাটোৰ ওপৰত ডাকঘৰৰ মোহৰ ছপাইছে
ଅର୍ଥ : ছপাযন্ত্র আদিত ছপা কৰা
ଉଦାହରଣ : তেওঁ নতুন কিতাপ ছপাইছে
ସମକକ୍ଷ : মুদ্রিত হোৱা
ଅର୍ଥ : ছপাৰ কাম আনৰ দ্বাৰা কৰোৱা
ଉଦାହରଣ : তেওঁ এশখন নিমন্ত্রণী পত্র ছপোৱালে
ସଂସ୍ଥାପନ କରନ୍ତୁ